এইবেলি ব’হাগত তুমি আহিবা
এইবেলি ব’হাগত তুমি আহিবা ~পদ্মনাভ কাকতি যান্ত্ৰিকী অভিযান্ত্ৰিক বিভাগ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ “Tomorrow will be beautiful, For tomorrow comes out of the lake.” (Emanuel Carnevali) জানা, আমিবোৰ যে- আশাৰ ছাবি-দিয়া পুতলা। যোৱানিশা পৰিত্যক্ত সপোনৰ নামনিত ব’হাগৰ বিননী কি শুনিলো, আজি চোৱা শীতৰ অঙ্গনত বসন্ত বিচাৰি ডেউকা কোবোৱা এয়া মই চাইবেৰিয়ান পখী! শীতৰ বতাহজাকে বৰকৈ
এইবেলি ব’হাগত তুমি আহিবা Read More »
